60
কোচিঃ কেৰালাৰ কোচি চহৰত বৃহস্পতিবাৰে উৰাজাহাজ ৰখা ঘৰৰ দুৱাৰ ভাগি নৌসেনাবাহিনীৰ দুজন নাবিকৰ ওপৰত পৰাত দুয়োজনৰে মৃত্যু হয়।
বন্দৰ চহৰ কোচিত পুৱাৰ ভাগত সংঘটিত এই ঘটনাত নৌসেনাৰ নাবিক দুজন আঘাতপ্ৰাপ্ত হয়। লগে তেওঁলোকক আই এন এছ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পুৱা ১০ বজাত চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে৷