51
কোকৰাঝাৰঃ চৰকাৰৰ প্ৰতি আশাভংগ হৈছে এবছুৰ। ২০১৮ বৰ্ষৰ অন্তিম ক্ষণত এবছুয়ে ঘোষণা কৰিছে চৰকাৰৰ প্ৰতি আশাভংগ হোৱাৰ।
চৰকাৰৰ প্ৰতি থকা আস্থা ধুলিস্যাৎ হোৱাৰ তথ্য এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজমুখে প্ৰকাশ কৰি জনসাধাৰণৰ ফালে পিঠি দি চৰকাৰে অকল ৰাজনীতিয়েই কৰি থাকিল বুলি অভিযোগ উত্থাপন কৰে।