Home ৰাজ্যশান্তি-একতা-সাংস্কৃতিক সমন্বয়, কোকৰাঝাৰত বৈশাগু বাৰদৈ চিখলা উৎসৱ আৰম্ভ

শান্তি-একতা-সাংস্কৃতিক সমন্বয়, কোকৰাঝাৰত বৈশাগু বাৰদৈ চিখলা উৎসৱ আৰম্ভ

by News Desk
61 views
A+A-
Reset

কোকৰাঝাৰঃ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ মুল উদ্দশ্যেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় পথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বৈশাগু বাৰদৈ চিখলা উৎসৱ আৰম্ভ হৈছে। বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু, বৈশাগু নৃত্যৰ দলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি উপস্থিত বিহুবলীয়া ৰাইজক আপ্লুত কৰে৷ প্ৰতিযোগিতা আয়োজিত কৰা হয়৷ বৈশাগু নৃত্য, বিহু নৃত্যৰ উপৰিও ৰাভা, গাৰো, মিচিং আদি জনগোষ্ঠীও নৃত্যই উদযাপনথলীৰ পৰিৱেশ মুখৰিত কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উৎসৱৰ শুভাৰাম্ভ কৰি কয় যে ৰাজ্যৰ সকলো জাতি জনগোষ্টীক লৈ বিটিচি প্ৰশাসনৰ উদ্যোগত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা সমাজলৈ যাব বুলি আশা প্ৰকাশ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0