Home ৰাজ্যহাগ্ৰামাৰ বিটিএডিৰ সদৰত কি উন্নয়ন কৰিলে বিজেপিয়ে, ক্ষতিয়ান দাঙি ধৰিলে বিজেপি নেতা শিৱনাথে

হাগ্ৰামাৰ বিটিএডিৰ সদৰত কি উন্নয়ন কৰিলে বিজেপিয়ে, ক্ষতিয়ান দাঙি ধৰিলে বিজেপি নেতা শিৱনাথে

by News Desk
86 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কেন্দ্ৰত চাৰি বছৰ আৰু ৰাজ্যত দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে ৰাজ্যিক বিজেপিৰ নিৰ্দেশত বিভিন্ন শিতানত ৰূপায়ন কৰা উন্নয়নমূলক আঁচনিৰ ৰূপয়নৰ ক্ষতিয়ান দাঙি ধৰে৷ এক বিবৃত যোগে কোকৰাঝাৰ জিলাৰ ৰাজ্যিক পেনেলিষ্ট তথা অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মইও কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিতানৰ উন্নয়নমূলক কাম কাজৰ দিশসমূহ উল্লেখ কৰি আঁচনিসমুহৰ সফল ৰূপায়নৰ বিষয়ে জানিবলৈ দিয়ে৷

সেইমৰ্মে কোকৰাঝাৰ জিলাত কেন্দ্ৰীয় আঁচনি এমএচডিপি’ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৪৪ টা আঁচনিৰ বাবে ৬ কোটি ৬১ লাখ ৯৩ হাজাৰ টকা আৱণ্টন দিয়া হয়৷ একেদৰে কেন্দ্ৰীয় আঁচনি এমএলএডি (এল/এচ)ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৫৩ টা আঁচনিৰ বাবে ৩ কোটি ৮৮ লাখ ৬০ হাজাৰ টকা আৰু এমপিএলইডি (আৰ/এচ) ৰ জৰিয়তে ১০ টা আঁচনিৰ বাবে এক কোটি ৬৫ লাখ টকা আৱণ্টন দিয়া হয়৷ সেইদৰে অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত কোকৰাঝাৰ জিলাত বিভিন্ন আঁচনিৰ বাবে ধন আৱণ্টন দিয়া হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0