বৰষুণৰ মাজতে কোকৰাঝাৰত ৩৮ পৰিয়ালক উচ্ছেদ

Home ৰাজ্যবৰষুণৰ মাজতে কোকৰাঝাৰত ৩৮ পৰিয়ালক উচ্ছেদ

বৰষুণৰ মাজতে কোকৰাঝাৰত ৩৮ পৰিয়ালক উচ্ছেদ

by News Desk
103 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ মাজ মজিয়াৰ ৰে’লৱে ষ্টেচনৰ সমীপতে ৰে’লৱেৰ মাটি বেদখল কৰি থকা ৩৮ টা খিলঞ্জীয়া পৰিয়ালক আজি জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে উচ্ছেদ কৰে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা কিনকিনীয়া বৰষুণৰ মাজতে ৰে’লৱে কৰ্তৃপক্ষই আৰপিএফ , চিআৰপিএফ আৰু অসম আৰক্ষীৰ বৃহৎ দল লৈ দণ্ডাধীশৰ উপস্থিতিত ৩৮ টা পৰিয়ালক উচ্ছেদ অভিযান চলোৱাৰ লগে লগেই উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু কান্দোনৰ ৰোল উঠে।

বছৰৰ পিছত বছৰ ধৰি ৰে’লৱেৰ মাটি বেদখল কৰি বসৱাস কৰি থকা পৰিয়ালসমূহক উচ্ছেদ কৰাৰ সময়ত বেদখলকাৰীসকলে সংশ্লিষ্ট  কৰ্তৃপক্ষক বৰষুণৰ বাবে আজিৰ দিনটো ৰেহাই দিবলৈ অনুৰোধ কৰিছিল যদিও সেয়া মানি নোলোৱাত শিশু মহিলা সহিতে গৃহহীন লোকসকল চৰম দূৰ্যোগৰ সন্মুখীন হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0