Home ৰাজ্যআত্মীয়ৰ ঘৰলৈ আহি নিৰুদ্দেশ নিৰ্মল

আত্মীয়ৰ ঘৰলৈ আহি নিৰুদ্দেশ নিৰ্মল

by News Desk
55 views
A+A-
Reset

অভয়াপুৰীঃ অভয়াপুৰীৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহি নিৰুদ্দেশ হ’ল কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ নিৰ্মল সুত্ৰধৰ নামৰ লোক এজন৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ ১নং ভাওৰাগুৰীৰ নিৰ্মল সুত্ৰধৰ নামৰ লোকজনে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাসন্তীপাৰাৰ খুসী মোহন সুত্ৰধৰৰ ঘৰলৈ যোৱা ১৫ অক্টোবৰত ফুৰিবলৈ আহে।

মানসিক বিকাৰগ্ৰস্থ নিৰ্মল সুত্ৰধৰে ১৫অক্টোবৰৰ নিশা মোহন সুত্ৰধৰৰ ঘৰৰপৰা পৰা ওলাই গৈ দুদিন ধৰি নিৰুদ্দেশ হৈ আছে৷ ৫ফুট ৪ইঞ্চিৰ উচ্চতাৰ আৰু মিঠা বৰনৰ নিৰ্মল নিখোঁজ হোৱা বুলি অৱগত হৈ পৰিয়ালৰ লোকসকলে বহু বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াব নোৱাৰি উদিগ্ন পৰিয়ালটোৱে অভয়াপুৰী আৰক্ষী থানাত ১৬ অক্টোবৰত এজাহাৰ দাখিল কৰে। সন্ধানহীন নিৰ্মল সুত্ৰধৰৰ কোনো লোকে সন্ধান পালে ৯৯৫৭০৪১৩০৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0