57
newsnextone.com | কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা এলেকাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুওৱা কোকৰাঝাৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ডই ১৩ দিন অতিক্ৰম কৰিলে যদিও অসম আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে৷
