Home ৰাজ্যকোকৰাঝাৰ জিলাত খচৰাত সন্নিবিষ্ট হ’ল ৯০% শতাংশ লোকৰ নাম, খচৰা প্ৰকাশ পালে ডি-ভোটাৰৰ নাম

কোকৰাঝাৰ জিলাত খচৰাত সন্নিবিষ্ট হ’ল ৯০% শতাংশ লোকৰ নাম, খচৰা প্ৰকাশ পালে ডি-ভোটাৰৰ নাম

by News Desk
62 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ বহু প্ৰত্যাশিত এনআৰচিৰ সম্পূৰ্ণ খচৰা ৰাজ্যৰ আন জিলাসমূহৰ লগতে কোকৰাঝাৰ জিলাতোঁ সঠিক সময়তে  প্ৰকাশ কৰা হয় ৷ জিলাখনৰ ৯৭টা এনএছকেৰ দ্বাৰা ৯,২০,০০০ সদস্যৰ বাবে ২,০৩,৯০৬ খন আবেদন গ্ৰহণ কৰা হৈছিল আৰু  সোমবাৰে প্ৰকাশিত সম্পূৰ্ণ খচৰাত ইয়াৰে জিলাখনৰ কোকৰাঝাৰ ৰাজহ চক্ৰৰ ১,৮০,৭৩০ গৰাকী, দোতমা ৰাজহ চক্ৰৰ ৯৭,৪৪২ গৰাকী, গোসাইগাঁৱ ৰাজহ চক্ৰৰ ১,৬৫ ,৮৫০ গৰাকী, বগৰীবাৰী ৰাজহ চক্ৰৰ ৭৩,৫৭৭ গৰাকী আৰু ভাওৰাগুৰি ৰাজহ চক্ৰৰ ৭০,৫০৭ গৰাকী লোকৰ নাম তালিকাভুক্ত হৈছে৷

শতাংশৰ হিচাপত প্ৰায় ৯০% শতাংশ লোকৰ নাম খচৰাত সন্নিবিষ্ট হোৱাৰ বিপৰীতে প্ৰায় ১০% শতাংশ লোকৰ নাম খচৰাৰ পৰা বাদ পৰিছে বুলিও প্ৰশাসনৰ সূত্ৰত প্ৰকাশ৷ প্ৰকাশিত সম্পূৰ্ণ খচৰাত ৫নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টি তথা ২৯নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিৰ দোতমা ৰাজহ  চক্ৰ আৰু ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাধীন চিথিলাঘোপ গাঁৱ নিৱাসী জাভেদ আলী মণ্ডলৰ পুত্ৰ চবুৰ আলী মণ্ডল ডি-ভোটাৰ সত্বেও খচৰাত নাম প্ৰকাশ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0