110
কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত বুধবাৰে বিপিন বিহাৰী এম ই বিদ্যালয়ৰ প্ৰাংগণত খণ্ড পৰ্যায়ৰ জ্ঞান মেলা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত অনুষ্ঠিত হোৱা জ্ঞানমেলা আৰু বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনী তথা অভিৱৰ্তনত কোকৰাঝাৰ শিক্ষাখণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান প্ৰকল্প প্ৰদৰ্শন কৰে।
