82
কোকৰাঝাৰঃ বি টি এ ডি বিধান পৰিষদীয় ভৱনত মঙলবাৰৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বি টি এ ডিৰ বাজেট অধিৱেশনৰ বুধবাৰে সামৰণি পৰে৷
উল্লেখ্য যে বি টি চিৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ৪৬৬৭.৭৬২ কোটি টকাৰ বাজেটখন বুধবাৰে সদনৰ সৰ্বসন্মতিমৰ্মে গৃহীত হয়৷