Home ৰাজ্যবোমা বাৰুদ নহয়, কাকপথাৰত মাদক দ্ৰব্যৰ আতংক, ৰাজপথত নাৰী

বোমা বাৰুদ নহয়, কাকপথাৰত মাদক দ্ৰব্যৰ আতংক, ৰাজপথত নাৰী

by News Desk
64 views
A+A-
Reset

কাকপথাৰঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মাদক দ্ৰব্যৰ অত্যধিক প্ৰচলনে ধ্বংসৰ দিশে গতি কৰিছে একাংশ যুৱক৷ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে বৰবিহে এতিয়া ছানি ধৰিছে অসম৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলটো দীৰ্ঘদিনৰে পৰা মাদক দ্ৰব্যৰ ব্যাপক প্ৰচলন চলি থকাৰ পিছতো আবকাৰী বিভাগে ৰহস্যজনক ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ো ৰহস্যজনক ভূমিকা পালন কৰাৰ ফলত অঞ্চলটোত একাংশ যুৱক সুৰাৰ ৰাগিত মাতাল হৈ নিজৰ জীৱন তিল তিলকৈ ধ্বংস কৰিছে৷ ইজনৰ পিছত সিজনৰ চফল ডেকাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ এনে এক পৰিস্থিতিত অভিভাৱক সকল চিন্তিত হৈ পৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0