পশ্চিমবংগত ৭০০ চিকিৎসকৰ পদত্যাগ, কি ঘটিছে তাত

Home দেশপশ্চিমবংগত ৭০০ চিকিৎসকৰ পদত্যাগ, কি ঘটিছে তাত

পশ্চিমবংগত ৭০০ চিকিৎসকৰ পদত্যাগ, কি ঘটিছে তাত

by News Desk
65 views
A+A-
Reset

কলকাতাঃ পশ্চিম বংগত আৰম্ভ হোৱা চিকিৎসকৰ ধৰ্মঘট সমগ্ৰ দেশলৈ বিয়পিবলৈ আৰম্ভ কৰিছে৷ কৰ্মস্থানত চিকিৎসকৰ নিৰাপত্তাৰ দাবীৰে আৰম্ভ হোৱা আন্দোলনক পশ্চিম বংগৰ চৰকাৰে দমন নীতিৰে বন্ধ কৰিবলৈ চেষ্টা কৰাত পৰিস্থিতি হিতে বিপৰীত হৈছেগৈ৷

উল্লেখ্য যে, ১২ জুনত পশ্চিম বংগত চিকিৎসকসকলে হৰতাল আৰম্ভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ আৰু দিল্লীতো হৰতালৰ কাৰ্যসূচী হাতত লয়৷ হৰতাল আৰম্ভ হোৱাৰ ফলত ৰোগীসকলৰ লগতে ৰোগীৰ আত্মীয়ৰ মাজতো হাহাকাৰ লাগে৷ চিকিৎসকৰ আন্দোলনৰ বাবে দেশৰ কেইবাখনো চিকিৎসালয়ৰ চিকিৎসা সেৱা স্তব্ধ হৈ পৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0