60
ডিজিটেল ডেস্কঃ অসম আৰক্ষী আৰু চি আৰ পিএফৰ অভিযানত জালত পৰিল কে পি এল টিৰ লিংকমেন৷
পাহাৰীয়া জিলা কাৰ্বি আংলংত সোমবাৰে অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযানত জিলাখনৰ জমিদাৰ তেৰং গাঁৱৰ পৰা অস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয় জোনা সিং ৰাঙপি আৰু মনজিৎ ভোমিজ নামৰ দুজন লোকক।