64
কোকৰাঝাৰঃ আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মনে যোৱা নিশা আক্ৰাছুৰ হিতেশ গোটৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত নিৰ্মল কুমাৰ ৰায়ৰ পুত্ৰক বেয়াকৈ মাৰধৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷
আজি এক প্ৰেছ বিবৃতিযোগে আক্ৰাছুৰ হিতেশ গোটৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰন সম্পাদক কংকন ৰায় আৰু প্ৰচাৰ সম্পাদক মৃদুল ৰায়ে অভিযোগ কৰা মতে যোৱা নিশা অত্যাধিক মদ্যপান কৰে আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মনে।