64
ডিজিটেল ডেস্কঃ পবিত্ৰ বৰদিনৰ উপহাৰস্বৰূপে অৱশেষত পাকিস্তানত কাৰাবন্দী ভাৰতীয় কুলভূষণ যাদৱক সাক্ষাতৰ সুযোগ দিলে পত্নী আৰু মাতৃক৷
দীৰ্ঘদিন ধৰি চলা অনিশ্চয়তাৰ অন্তত পাকিস্তান চৰকাৰে কাৰাবন্দী কুলভূষণৰ সৈতে পত্নী আৰু মাতৃক সাক্ষাতৰ সুযোগ দিলেও সেই সাক্ষাৎ আছিল গ্লাছস্কীনেৰে আৱৰা৷