Home ৰাজ্যঅৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কুসুম কুমাৰী বৰাৰ মৃত্যু

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কুসুম কুমাৰী বৰাৰ মৃত্যু

by News Desk
50 views
A+A-
Reset

নগাঁওঃ নগাওঁ জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ নসত্ৰ নিৱাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কুসুম কুমাৰী বৰাৰ সোমবাৰে নিশা ২.৩৫ বজাত নিজ বাসগৃহত মৃত্যু হয়। বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৭৷ 

বিগত কেইবামাহো ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহন কৰা সৰবৰহী, ধৰ্মপৰায়ণ মহিলাগৰাকীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰে৷ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী, এজন পুত্ৰ, দুই জীয়ৰী সহ অসংখ্য ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0