51
লাহোৱালঃ আলোক অভিযান (অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে)ৰ প্ৰথমখন সাধাৰণ সভা ৩ মাৰ্চত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হয়।
১৩ খন জিলাৰপৰা মুঠ ১৩৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰে আলোক অভিযানৰ সভাপতি ফিলিপ জামান নেওগ, সদস্য ডঃ গীতিমল্লিকা গগৈ আৰু ভূষণজ্যোতি সন্দিকৈয়ে।