50
লাহোৱাল/চাবুৱাঃ দৈনিক অসম বাতৰি কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ মত্যুত ৰাজ্যত শোকৰ ছাঁ পৰে৷ ৰাজ্যৰ দল-সংগঠনৰ লগতে সাংবাদিক সংগঠন সমূহে শোক প্ৰকাশ কৰিছে৷
লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক দ্বীপজয় শইকীয়া আৰু ধৰণী গগৈয়ে সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।