69
লাহোৱালঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লাহোৱাল আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত লাহোৱালত বৃহস্পতিবাৰে দুপৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
লাহোৱাল মহাবিদ্যালয় ছাত্ৰ একতা সভা, শিক্ষক-শিক্ষয়িত্ৰী, মহাবিদ্যালয় পৰিয়ালবৰ্গ, স্থানীয় ৰাইজৰ সহযোগত অবৈধ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধীতাৰে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে।