52
লখিমপুৰঃ অসমৰ ছয় জনগোষ্ঠী জনজাতীকৰণৰ বিৰুদ্ধে শুকুৰবাৰে ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ লখিপুৰতো পৰা দেখা যায়৷
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নগাঁওৰপৰা লখিমপুৰ অভিমুখী এখন ব্যক্তিগত বাহনত বন্ধ সমৰ্থকে শিল দলিয়াই বাহনখনৰ বৃষ্টৰ ক্ষতি সাধন কৰে।