Home ৰাজ্যলখিমপুৰত অসমীয়া ভাষাৰ বাবে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

লখিমপুৰত অসমীয়া ভাষাৰ বাবে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
cf025984-8beb-44c2-b28e-a072f4d52278

লখিমপুৰঃ ১৯৬০ চনৰ ভাষা আইনৰ অধিনত অসমত অসমীয়া ভাষাৰ প্ৰচলন হ’ব লাগে যদিও লখিমপুৰ চহৰত ব্যৱসায় প্ৰতিস্থান, শিক্ষা অনুস্থান আৰু চৰকাৰী প্ৰতিস্থানসমূহত অসমীয়া ভাষাৰ পৰিৰ্ৱতে অন্য ভাষা ব্যৱহাৰ কৰা সকলক নাকি লগাবলৈ অসমীয়া যুৱ মঞ্চই পূৰ্বৰে পৰা অসমীয়া ভাষাৰ ওপৰত আন্দোলন কৰি আহিছে৷

সেই ধাৰা অবাহত ৰাখি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে সোমবাৰে লখিমপুৰ জিলাত অসমীয়া ভাষাৰ বিপৰীতে বেলেগ ভাষা ব্যৱহাৰ কৰা ব্যৱসায় প্ৰতিস্থান, শিক্ষা অনুস্থান আৰু চৰকাৰী প্ৰতিস্থানসমূহৰ ফলক সমূহত কলা ৰং হানি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0