Home ৰাজ্যলখিমপুৰ জিলা বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড… বিদ্যুৎ সৰবৰাহত বাঁহৰ খুঁটা

লখিমপুৰ জিলা বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড… বিদ্যুৎ সৰবৰাহত বাঁহৰ খুঁটা

by News Desk
64 views
A+A-
Reset

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অধীনৰ চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং বোকানলাবাসী ৰাইজক বাঁহৰ খুঁটাৰ ওপৰেদি বিদ্যুতৰ তাঁৰ টানি বিপদসংকুলভাৱে বিদ্যুৎ যোগান ধৰিছে বিভাগটোৱে৷

বোকানলা হাইস্কুলৰ সমীপত আৰু ১ নং বোকানলাৰ গাঁৱত পকী খুঁটাৰ সলনি বাঁহৰ খুঁটা ব্যৱহাৰ কৰাত যিকোনো সময়তে দুৰ্ঘটনাৰ আশংকা কৰিছে ৰাইজে৷ আনহাতে বোকানলা হাইস্কুলৰ সমীপত বিদ্যুৎ সংযোগৰ বাবে বাঁহৰ খুঁটা ব্যৱহাৰ কৰাৰ উপৰিও এটা শক্তিশালী ট্ৰেন্সফৰ্মাৰ ভয়াবহভাৱে উন্মুক্ত হৈ থকাত যিকোনো সময়তে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0