জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত বগীনদী পঞ্চায়তৰ হেকেৰাজান ভীমপৰাত নাৰ্বাডৰ ৭.২৭ কোটি টকাৰ অনুদানেৰে নিৰ্মাণ কৰা সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ জিঅ’ বেগৰ কামত ব্যাপক দুৰ্নীতি হোৱাত এজাক বৰষুণতে বৰষুণৰ পানিয়ে উটুৱাই নিয়ে জিকবেগ আৰু বৃহৎ গঢ়াখহনীয়া হয় আৰু ঠায়ে ঠায়ে জিঅ’ বেগসমূহ সোৱনশিৰি বাঢ়নি পানীয়ে উটোৱাই নিয়ে।
ঠিকাদাৰে গ্ৰিভেন বক্স নবহোৱাই নিম্নমানেৰে কাম কৰাৰ বাবেই জিঅ বেগসমূহ পানীয়ে উটুৱাই নিছে ৰাইজে অভিযোগ কৰিছে।