62
লখিমপুৰঃ দেওবাৰে অনুষ্ঠিত হৈ যোৱা লখিমপুৰত যুৱ মৰ্চা মহাসমাৱেশত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ উপস্থিত থাকে৷
তেওঁ ভাষনৰ প্ৰসংগত ২০১৯ ৰ নিৰ্বাচনত বি জে পি জয়ী হ’লে নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়কখন উথাপন কৰিব বুলি কয়।