72
লখিমপুৰঃ লখিমপুৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰাইছে চিলনী চোৰে৷ ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে লখিমপুৰত৷
বৃদ্ধ দম্পতীৰপৰা বাইক আৰোহী দুৰ্বৃত্তই লুট কৰিলে ২ লাখ ১২ হাজাৰ টকা৷ ডি কে ৰোডৰ ষ্টেট বেংকৰ সমীপত এই ঘটনাটো সংঘটিত হয়৷