66
লখিমপুৰঃ সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো শনিবাৰে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ পুৱাৰ ভাগত লখিমপুৰৰ বিভিন্ন ঠাইত বন্ধৰ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।
চহৰ খনত কোনো বৃক্ষিপ্ত ঘটনা হোৱা নাই যদিও দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকে।