লখিপুৰঃ মাৰৱাৰী যুৱ মঞ্চৰ উদ্যোগত আৰু সমূহ দল সংগঠন ও ৰাইজৰ সহযোগত লখিমপুৰ নগৰৰ মালপানী চাৰিআলিত শুকুৰবাৰে পুলৱামা অবন্তিপুৰাত পাকিস্থানী উগ্ৰবাদীৰ হাতত বোমা বিস্ফোৰণত শ্বহীদ হোৱা ভাৰতীয় বীৰ সৈনিক সকললৈ কেইবাটাও সংগঠনে সামূহিক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

লগতে সদৌ অসম ছাত্ৰ সংন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আৰু হিন্দু যুৱ পৰিষদে পাকিস্তানৰ পতাকা ভৰিৰে গচকী  জ্বলাই দিয়ে লগতে পাকিস্তানৰ মূৰ্দাবাদ ধ্বনিৰে লখিমপুৰ নগৰৰ আকাশ বতাহ কপাঁই তোলে।