65
লখিমপুৰৰপৰা জিয়াউল আলীঃ লখিমপুৰ লালুক থানাৰ আৰক্ষীৰ নাকৰ তলতেই দীৰ্ঘকালে চলিছে নকল সোণৰ দুই নম্বৰী বেহা।
গোপন সূত্ৰৰ পম খেদি শনিবাৰে লখিমপুৰৰ নাওবৈচাত আৰক্ষীৰ অভিযানত আটক হ’ল দুই নকল সোণ বেপাৰী।