56
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱাৰ কনানদিৰ আবাসী লীলা আৰন্ধৰা সন্তান বিতোপন আৰন্ধৰাই ৰামানুজন জুনিয়ৰ কলেজৰপৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰি পুনৰবাৰ লখিমপুৰৰ নাম উজ্বলালে।
তাৰোপৰি পঞ্চম স্থান প্ৰাপ্ত অয়ন কৌশিক মহন্ত লখিমপুৰ জিলাৰ নাৰায়ণৰৰ আবাসী।