Home ৰাজ্যমন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ

মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ

by News Desk
65 views
A+A-
Reset

লখিমপুৰঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে যি পৰিয়াল কেন্দ্ৰীক, সমষ্টি কেন্দ্ৰীক, দুৰ্নীতি আৰু কু- চক্ৰান্ত কৰি পঞ্চায়ত বিভাগত চাকৰি বিতৰণ কৰিলে তাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ আঞ্চলিক সমিতিয়ে লখিমপুৰ নগৰৰ আদালত তিনিআলিত মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াক আহ্বান জনাই ইয়াৰ উচিত তদন্ত কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ অন্যথা বি জে পি চৰকাৰৰ প্ৰতিটো কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে বাধা দিবলৈ বাধ্য হ’ব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0