67
লখিমপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাট মৌজাৰ বৰখামতি গাঁৱত ১৮ আৰু ১৯ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’য় ‘মাই-কো-ছুম-ফাই’ উৎসৱ। বৌদ্ধ ধৰ্মীয় টাই খামতি জনগোষ্ঠীয় লোক সকলৰ বাবে পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে উলহ-মালহেৰে উদযাপন কৰে এই পবিত্ৰ উৎসৱৰ৷
