98
লখিমপুৰঃ ৭ বছৰীয়া ছাত্ৰ কুৱাৰীৰ দ খাৱৈত পৰি মৃত্যু। জহিং শিল কুৱাৰীৰ JCB য়ে খন্দা খালত পৰি মৃত্যু হয় জহিং ৰ্গীৰ্জা লাইনৰ নিবাসী লাইচন ইন্দোৱাৰৰ পুত্ৰ “জিকেল ইন্দোৱাৰ” নামৰ তৃতীয় শ্ৰেণীৰ পঢ়ি থকা ৭ বছৰীয়া ছাত্ৰ জনৰ।
লখিমপুৰ জিলাৰ জহিং শিল কুৱাৰীত JCB ব্যৱহাৰ কৰি দিনে নিশাই শিল বালিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল কুৱাৰীৰ মহলদাৰ আৰু জহিংৰ বন বিভাগৰ বিট অফিচাৰজনে।