74
লখিমপুৰঃ লখিমপুৰৰ ৰাজপথত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে৷ আজি লখিমপুৰৰ পহুমৰা তিনিআলিত দিনৰ ১ বজাৰপৰা ২ ঘন্টীয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি চৰকাৰ আৰু নেপক’ৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ৷
লখিমপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পহুমৰাত পথ অৱৰোধ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাওবৈচা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজপথ উত্তাল কৰি তোলে৷