46
লখিমপুৰঃ লখিমপুৰ চহৰত ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্তই ৰাজ্যিক স্ব-প্ৰাধান্য উন্নয়ন ২০১৮-১৯ আঁচনিৰ অধীনত ন-টাকৈ পথৰ শনিবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।
পথ কেইটা ক্ৰমে চাপৰি গাঁও পথ, গৰীয়াজান- বগলীজান পথ, ডি চি কৰ্টৰপৰা লখিমপুৰ দৈনিক বজাৰ পথ,১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা বামুণ দলনী পথ, শনি মন্দিৰ পথ, মাউটৰচুক ঘাৰমৰা পথ, গড়েহগা ঘাৰমৰা পথ, ৰে’লৱে ষ্টেচন পথ, খগেন গগৈ পথ।