66
আলী,লখিমপুৰঃ নেৰানেপেৰা বৰষুনৰ ফলত ৰঙানদী জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে৷
ৰঙানদীৰ প্ৰবলতাৰ বৃদ্ধি পোৱাত বানে উটোৱাই নিলে বগলীজান, বোৱালগুৰি, ডি’জো চাপৰি আদিকৰি শতাধিক গাঁৱৰ সংযোগী একমাত্ৰ পাঁচনৈ বাঁহৰ দলং৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.