Home ৰাজ্যপ্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

by News Desk
69 views
A+A-
Reset

লখিমপুৰঃ লখিমপুৰ চহৰৰ মাজমজিয়াত ছয় জনগোষ্ঠীৰ ছাত্ৰ সংগঠন ক্ৰমে কোচ-ৰাজবংশী ছাত্র সন্থা,মৰাণ যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, মটক যুৱ সন্মীলনে জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যি ভেঙোচালি কৰিছে, তাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতি দাহ কৰে।

সংগঠনকেইটাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কেবিনেটত এই ছয় জনগোষ্ঠীক জনজাতিৰ প্ৰস্তাৱ ল’বলৈ দাবী উত্থাপন কৰে। অন্যথা অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলা হ’ব বুলি তেওঁলোকে সকীয়াই দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0