Home ৰাজ্যলখিমপুৰত স্বচ্ছ ভাৰত অভিযান

লখিমপুৰত স্বচ্ছ ভাৰত অভিযান

by News Desk
A+A-
Reset
5c1fb03d-5469-4894-9eac-90fcb0af1136

লখিমপুৰঃ ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলা অ বি চি মৰ্চাৰ সহযোগত আৰু তেলাহী মণ্ডল সমিতিৰ উদ্যোগত আজাদ তিনিআলিত স্বচ্ছ ভাৰত অভিযান চলাই আজাদ তিনিআলিৰ দোকান পোহাৰৰ সম্মুখত থকা জাৱৰ-জোথৰ ছাফা কৰি তিনিআলিৰ পৰিৱেশ উজ্বল কৰি তোলা হয়।

লগতে ভাৰতীয় জনতা পাৰ্টি অ বি চি মৰ্চাৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে যে এই স্বচ্ছ ভাৰত অভিযান লখিমপুৰৰ বিভিন্ন ঠাইত চলাই আহিছে আৰু অনাগত দিনত এই অভিযান চলাই থাকিব৷ সমগ্ৰ লখিমপুৰ জিলাখন পৰিস্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0