55
লখিমপুৰঃ শনিবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাবত প্ৰব্ৰজন বিৰোধী মঞ্চই এখনি সংবাদ মেল অনুষ্ঠিত কৰে।
উক্ত সংবাদ মেলখনি সম্বোধন কৰি উপমুন্য হাজৰিকাই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে তিনিটা পদক্ষেপ দাঙি ধৰে।