Home ৰাজ্যমাজনিশা লংকাত শিশু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ, মুকবধিৰ লোকক মাৰধৰ

মাজনিশা লংকাত শিশু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ, মুকবধিৰ লোকক মাৰধৰ

by News Desk
63 views
A+A-
Reset

newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাৰ বনভেঙেনা গাঁৱত শনিবাৰে নিশা শিশু অপহৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বনভেঙেনা গাঁৱৰ ৰোহীত পাচোৱানৰ ঘৰৰ পৰা কণমানি শিশুক অপহৰণ কৰিব অহাৰ সন্দেহ কৰি এগৰাকী মুকবধিৰ লোকক ধৰি মাৰধৰ কৰাত উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয়৷

জানিব পৰ মতে, নিশা এগৰাকী লোকে ৰোহীত পাচোৱানৰ ঘৰত প্ৰৱেশ কৰে আৰু বিছনাৰ পৰা ডেৰ বছৰীয়া শিশুক দাঙি নিয়াৰ চেষ্টা কৰে৷ সেই সময়তে বাহিৰলৈ ওলাই অহা ৰোহীত পাচোৱানে লোকজনক প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত লোকজনে পলায়ন কৰাৰ চেষ্টা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0