51
লংকাঃ লংকাৰ কপিলিপাৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ তৎপৰতাত কথমপি তিনি পাষণ্ডৰ হাতৰ পৰা ৰক্ষা পৰে এগৰাকী কিশোৰী।
ঘটনাৰ বিৱৰণী মতে যোৱা নিশা প্ৰায় ১২ বজাত কপিলীপাৰৰ নিবাসী বাবুল আহমেদে আন দুজন লোকৰ সৈতে একে গাঁৱৰে এগৰাকী ১৪বছৰীয়া কিশোৰীক মুখত গামোছাৰে মুখত বান্ধি ঘৰৰ পৰা বলপূৰ্বক উঠাই লৈ যায়।