75
লংকাঃ লংকা চহৰত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ ১১ হাজাৰ টকাৰ লগতে ৫০ হাজাৰ টকাৰ আ-অলংকাৰ।
চহৰৰখনৰ পাঞ্জাবীবস্তিৰ এগৰাকী অংগনৱাড়ী কৰ্মীৰ ঘৰত দিনদুপৰতে ঘৰত কোনো নথকাৰ সুযোগতে চোৰে লুটপাত চলায়।