63
newsnextone.com|| ডিজিটেল ডেস্কঃ ৰাজনীতিৰ মহাৰথী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু শোক এতিয়া দেশৰ প্রান্তে প্রান্তে বিৰাজমান। দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত এতিয়া বাজপেয়ীৰ নশ্বৰ দেহ লৈ সমাগম ঘটিছে লাখ লাখ মানুহৰ।
