পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজন যুৱকৰ

Home ৰাজ্যপুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজন যুৱকৰ

পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজন যুৱকৰ

by News Desk
66 views
A+A-
Reset

লিডুঃ আজি পুৱা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হল চাৰিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহপথ দুৰ্ঘটনা৷ মাৰ্ঘেৰিটাত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ একাংশ জ্ঞানহীন গাড়ী চালকে তাণ্ডৱৰূপী বেগেৰে যানবাহন চলোৱাৰ বাবে মহকুমাটোত এতিয়া প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ 

লিডুৰ পৰা মাৰ্ঘেৰিটা দিশেৰে আহি থকা এ এচ ২৩ চিচি ০২০১ নম্বৰৰ ডাম্পাৰ গাড়ি এখনে চাইকেল আৰোহী এজন ২০ বছৰীয়া যুৱকক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়৷ আনহাতে তীব্ৰ বেগেৰে অহা গাড়ীখনৰ খুন্দাত যুৱক জনৰ মুখমণ্ডলৰ সকলো অংশ চিন্ন বিচিন্ন হৈ পৰে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0