57
ডিজিটেল ডেক্স |লিডুঃ দূৰ্গোৎসৱ উপলক্ষে বিদ্যালয় বন্ধ থকাৰ সময়ছোৱাত লিডুৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হয় চুৰি কাণ্ড৷ বিদ্যালয়ৰ চিলিঙেৰে চোৰে প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰিলে অফিচৰ বহু মুল্যৱান নথি পত্ৰ৷
