79
উজ্জল চৌধুৰী, লিডুঃ চেমা সম্প্ৰদায়ৰ এক পৰম্পৰাগত উৎসৱ হ’ল তোলনি৷ সমন্বয়, ভাতৃত্ববোধ আৰু একতাৰ দৃঢ় সংকল্পৰে চেমা সম্প্ৰদায়ৰ প্ৰতিজন ব্যক্তিয়ে অতি উলহ মালহেৰে পালন কৰে এই উৎসৱ৷
অলপতে মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ পাহাৰপুৰ গাৱত চেমা সম্প্ৰদায়ৰ ব্যক্তিসকলে অতি সুন্দৰভাৱে পৰম্পৰাগত তোলনি উৎসৱ উদ্-যাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰিলে৷