53
লিডুঃ সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ সৃষ্টি হৈ থকাৰ সময়তে যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তই এতিয়া অস্থিৰ কৰিছে ৰাজ্যৰ জনসাধাৰণৰ লগতে বিভিন্ন দল-সংগঠনক৷
সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ বৈঠকে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত সমল যোগোৱাৰ কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি৷