43
লিডুঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং চাহ বাগিচাৰ পথত অসম আৰক্ষী আৰু সেনাৰ ৯ নং ৰাজ ৰাইফলছে অভিযান চলাই এন এছ চি এনৰ ইছাক মুইভা গোটৰ লগত জড়িত থকা সন্দেহত দুজন যুৱকক আটক কৰে ৷
ধৃত যুৱক দুজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ ক্ৰমে কেনা পাংতক আৰু ৰবি কুমাৰ পাচোৱান বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।