74
কোকৰাঝাৰঃ প্ৰকৃতি আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ বাবেই যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি । প্ৰতিদিনে ধুমুহা গাজনিৰে অহা বৰষুণে কোকৰাঝাৰত এক তিক্ততাময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে আজি বিজুলী ঢেৰেকনিৰ ফলত এগৰাকী খেতিয়কৰ মৃত্যু হয়।
পথাৰত হাল বাই থাকোতেই কৰুণ মৃত্যুক আঁকোৱালি লোৱা খেতিয়কগৰাকীল জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ ২নং জলেশ্বৰীৰ বিনয় নাৰ্জাৰী(৪০) বুলি জানিব পৰা গৈছে।