56
খাৰুপেটীয়াঃ বিগত দুমাহ ধৰি সন্ধানহীন হৈ থকা দৰং জিলাৰ তথ্য আৰু প্ৰযুক্তি বিষয়া তথা খাৰুপেটীয়া নগৰৰ বাসিন্দা সুব্ৰত সাহাক বিচাৰি উলিয়াবলৈ ব্যৰ্থ হোৱাত আজি প্ৰসাশনৰ বিৰুদ্ধে খপাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।
যোৱা ১৬ মাৰ্চত বিভাগীয় এটি সাক্ষাতকাৰ দিবলৈ গৈ গুৱাহাটীৰ এখন হোটেলৰ পৰা নিৰুদ্দেশ হৈছিল তথ্য আৰু প্ৰযুক্তি বিষয়া সূব্ৰত সাহা।