Home ৰাজ্যথলুৱা যুৱকক বঞ্চিত কৰাৰ অভিযোগ, ডিগবৈৰ অইলৰ মুখ্য প্ৰৱেশ দ্বাৰত স্থানীয় যুৱকৰ প্ৰতিবাদ

থলুৱা যুৱকক বঞ্চিত কৰাৰ অভিযোগ, ডিগবৈৰ অইলৰ মুখ্য প্ৰৱেশ দ্বাৰত স্থানীয় যুৱকৰ প্ৰতিবাদ

by News Desk
66 views
A+A-
Reset

newsnextone.com | লিডুঃ মঙলবাৰে ডিগবৈস্থিত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত স্থানীয় শতাধিক স্থানীয় যুৱকে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় যুৱকক ঠিকাৰৰ অধিনত মজদুৰ হিচাপে নিয়োগ কৰাৰ দাবী জনায়। ডিগবৈ চহৰৰ সমীপৰে খেৰজান-ঢেকীয়াজন অঞ্চলৰ প্ৰায় শতাধিক যুৱকে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰৱেশ দ্বাৰ বন্ধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

দীৰ্ঘ সময় ধৰি অইল ইণ্ডিয়া লিমিটেডৰ ডিগবৈস্থিত অইল ফিল্ডত অইলৰ ঠিকাদাৰসকলে স্থানীয় নিবনুৱাক নিযুক্তি দিয়াৰ দাবী জনায় অহাৰ লগতে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও অইল কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0